খ্ৰীষ্টমাছলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ তেনে সময়ত ছিডনীত খ্ৰীষ্টমাছ উদযাপনৰ এক বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ খ্ৰীষ্টমাছলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ তেনে সময়ত ছিডনীত খ্ৰীষ্টমাছ উদযাপনৰ এক বিশেষ ভিডিও ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ এই খ্ৰীষ্টমাছ উদযাপন কৰিছে পেংগুইনৰ কেইটামান পোৱালীয়ে ৷ য'ত একুৰিয়ামৰ ভিতৰত ৰঙা,নীলা ভিন্নৰঙী পানীৰ বুৰবুৰণিৰ সৈতে খেলি থকা প্ৰত্যক্ষ কৰা হ'ল পেংগুইনৰ পোৱালীকেইটাক ৷