অসম

assam

"দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কৰ্পৰেট খণ্ডক উদগনি যুগুৱাটো গুৰুত্বপূৰ্ণ" : মুখ্য অৰ্থনৈতিক উপদেষ্টা

By

Published : Feb 4, 2020, 8:33 PM IST

মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামে এই বৰ্ষৰ বাজেটত কৰ্পৰেট চেক্টৰক প্ৰদান কৰা পৰ্যাপ্ত ৰেহাইক সমৰ্থন জনাই কয় যে, ব্যক্তিগত বিনিয়োগৰ বাবে এয়া অতি প্ৰয়োজনীয় ৷ ভাৰতত বিনিয়োগ কৰাৰ বাবে এক সুস্থ পৰিৱেশ গঢ়িবলৈ এই ব্যৱস্থাই কৰ প্ৰণালীক সুসংহত কৰিব ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 'dividend distribution tax' প্ৰণালী মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামে এই বৰ্ষৰ বাজেটত কৰ্পৰেট খণ্ডক প্ৰদান কৰা পৰ্যাপ্ত ৰেহাইক সমৰ্থন জনাই কয় যে, ব্যক্তিগত বিনিয়োগৰ বাবে এয়া অতি প্ৰয়োজনীয় ৷ ভাৰতত বিনিয়োগ কৰাৰ বাবে এক সুস্থ পৰিৱেশ গঢ়িবলৈ এই ব্যৱস্থাই কৰ প্ৰণালীক সুসংহত কৰিব ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 'dividend distribution tax' প্ৰণালী প্ৰত্যাহাৰ কৰি উদ্যোগ খণ্ডক উদগনি যোগোৱাৰ বৃহৎ পদক্ষেপ হাতত লৈছে ৷ যোৱা বছৰ ছেপ্তেম্বৰ মাহত সীতাৰমণে কৰ্পৰেছন কৰ কৰ্তন কৰাৰ দৰে বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰিছিল যাতে ব্যক্তিগত খণ্ডত বিনিয়োগৰ পৰিৱেশ অনুকূল হয় ৷ কিয়নো ঘৰুৱা উৎপাদনৰ হাৰ বিত্তবৰ্ষ 2019-20ৰ প্ৰথম ভাগত 5 % লৈ অৱনমিত হৈছিল ৷ ব্যক্তিগত বিনিয়োগ 2014-15 চনৰ পৰা হ্ৰাস পোৱাৰ ফলত 2018-19 বিত্তীয় বৰ্ষত অৰ্থনীতি ক্ৰমাৎ অৱনমিত হৈছিল ৷প্ৰত্যাহাৰ কৰি উদ্যোগ খণ্ডক উদগনি যোগোৱাৰ বৃহৎ পদক্ষেপ হাতত লৈছে ৷ যোৱা বছৰ ছেপ্তেম্বৰ মাহত সীতাৰমণে কৰ্পৰেছন টেক্স কৰ্তন কৰাৰ দৰে বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰিছিল যাতে ব্যক্তিগত খণ্ডত বিনিয়োগৰ পৰিৱেশ অনুকূল হয় ৷ কিয়নো ঘৰুৱা উৎপাদনৰ হাৰ বিত্তবৰ্ষ 2019-20 ৰ প্ৰথম ভাগলৈ 5 % লৈ অৱনমিত হৈছিল ৷ ব্যক্তিগত বিনিয়োগ 2014-15 চনৰ পৰা হ্ৰাস পোৱাৰ ফলত 2018-19 বিত্তীয় বৰ্ষত অৰ্থনীতি ক্ৰমাৎ অৱনমিত হৈছিল ৷

ABOUT THE AUTHOR

...view details