অসম

assam

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে

By

Published : Feb 22, 2021, 12:20 PM IST

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অনন্যা পাণ্ডে, নশ্ৰত ভাৰুচ্চা আৰু আয়ুষ্মান খুৰানাক দেখা যায় ।

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে
মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী: মুম্বাই বিমানবন্দৰৰ বাহিৰত বলিউড অভিনেত্ৰী প্ৰাচী দেশাইক আঘাতপ্ৰাপ্ত অৱস্থাত পৰলক্ষিত হয় । দৰাচলতে, প্ৰাচীৰ বাওঁভৰিত আঘাতৰ চিন পৰলক্ষিত হয় ।

ইফালে, বলিউডৰ প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অনন্যা পাণ্ডেকো বিমানবন্দৰৰ সন্মুখত সাংবাদিকসকলে ফটো উঠোৱা পৰলক্ষিত হয় । লগতে নশ্ৰত ভাৰুচ্চাকো এযোৰ সুন্দৰ বগা সাজত দেখা যায় ।

ইপিনে, আয়ুষ্মান খুৰানাকো বিমানবন্দৰত অহাৰ সময়ত সাংবাদিকসকলে ফটো লোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:‘বিগ বচ-14’ৰ খিতাপ দখল কৰিলে অভিনেত্ৰী ৰুবিণা দিলৈকে

ABOUT THE AUTHOR

...view details