মাজুলীত বিশ্বকৰ্মা পূজা পালন

By

Published : Sep 17, 2022, 4:51 PM IST

thumbnail

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীতো পালন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা(Vishwakarma Puja 2022) । মাজুলীতো বিশ্বকৰ্মা পূজা উপলক্ষ্যে পুৱাৰে পৰা এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে(Vishwakarma Puja celebrated in Majuli) ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰগৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা পালন কৰিছে(Vishwakarma Puja in Assam) ।মাজুলীৰ দক্ষিণপাট অঞ্চলৰ যুৱক সকলে বিভিন্ন কায্যসূচীৰে এদিনীয়াকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.