Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত বিহপুৰীয়াত বিজেপিৰ বিজয় উল্লাস

By

Published : Jul 21, 2022, 9:57 PM IST

thumbnail

আজি ঘোষণা কৰা হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ৷ দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ (Draupodi Murmu new president of India) পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বিহপুৰীয়াৰ প্ৰান্তে প্ৰান্তে বিজয় উৎসৱ উদযাপন কৰে আদিবাসী লোকসকলে ৷ বিহপুৰীয়াৰ বৰাইখনা, বৰবালি, মৰিচাপথাৰ আদি অঞ্চলসমূহত আদিবাসী লোকসকলে ঝুমুৰ নৃত্য কৰি আনন্দ উল্লাস দ্বাৰা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰে ৷ আনকি বিয়লিভাগত বিহপুৰীয়াৰ বিধায়কগৰাকীৰ নেতৃত্বত বিজেপি কৰ্মীসকলেও বিহপুৰীয়া নগৰৰ মাজেৰে শোভাযাত্ৰা বাহিৰ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.