সোণাৰিৰ পদপথত পকৰি বিক্ৰী কৰি ব্যতিক্ৰমি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ

By

Published : Sep 17, 2022, 10:47 PM IST

thumbnail

প্ৰধানমন্ত্ৰীৰ জন্ম দিনটোতে সোণাৰিত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ । শনিবাৰে বিজেপি নেতা-কৰ্মী সকলে দেশজুৰি দেশৰ প্ৰধান নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উদযাপন কৰিছে(BJP celebrates Modis birthday) । তেনে সময়তে নিবনুৱা সমস্যা সমাধানৰ দাবীত সোণাৰিত কংগ্ৰেছ কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ(Youth congress observed National Unemployment Day) । পদপথত পকৰি-মিঠাই বিক্ৰী কৰি প্ৰতিবাদত নামিল কংগ্ৰেছ কৰ্মীসকল । সোণাৰিত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মী সকলে(National Unemployment Day observed) । চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পকৰি-মিঠাই বিক্ৰী কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে । সোণাৰি আৰু মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে এই ব্যতিক্ৰমী প্ৰতিবাদত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.