মহাষ্টমীত বোকাখাতত দুৰ্গতিনাশিনীৰ আশীষ ল’লে সৰ্বানন্দ সোণোৱালে

By

Published : Oct 4, 2022, 9:53 AM IST

thumbnail

মহাষ্টমীত বোকাখাত বাৰোৱাৰী পূজাত দুৰ্গতিনাশিনীৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Maha Ashtami 2022)। ১০৭ বছৰ গৰকা বোকাখাত বাৰোৱাৰী পূজাত উপস্থিত হৈ অসমৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে অসম তথা ভাৰতৰ জনসাধাৰণ আৰু ভক্তপ্ৰান ৰাইজৰ কুশল কামনা কৰি দেৱীৰ ওচৰত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে (Union Minister Sarbananda Sonowal visit Bokakhat)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.