কষ্টৰ সুফল বুটলিলে বিতোপন-ফণীধৰে

By

Published : Sep 18, 2022, 10:22 PM IST

thumbnail

দেওবাৰে ঘোষণা কৰা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022) । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ খোৱাঙতো এই পৰীক্ষাত উত্তীৰ্ণ হ'ল কেইবাগৰাকীও যুৱক-যুৱতী(Assam Police constable Recruitment) । খোৱাঙৰ দুই দৰিদ্ৰ পৰিয়ালৰ যুৱকে নিজৰ কষ্ট আৰু অধ্যাৱসায়ৰ ফলত উত্তীৰ্ণ হয় আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত(Khuang youth recruited in police) । খোৱাং গেৰগেৰীৰ দুই যুৱক ক্ৰমে চেনিৰাম হাজৰিকাৰ পুত্ৰ বিতোপন হাজৰিকা আৰু দীননাথ বৰাৰ পুত্ৰ ফনীধৰ বৰা উত্তীৰ্ণ হয় এই পৰীক্ষাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.