গোলাঘাটত নুমলী শোধনাগাৰৰ মাটিৰ তলেৰে যোৱা পাইপ ফুটাই তেল চুৰি এটা চক্ৰৰ

By

Published : Sep 25, 2022, 2:11 PM IST

thumbnail

গোলাঘাটৰ লৱনঘাটৰ নুমলী শোধনাগাৰত তেল চুৰিৰ ঘটনা (Stealing oil from oil refinery in Golaghat) ৷ নুমলীগড় তেল শোধনাগাৰৰ পৰা শিলিগুৰি লৈ যোৱা পাইপ লাইন ফুটা কৰি তেল চুৰি এটা চক্ৰৰ (Stealing oil by blowing pipe lines from oil refinery)৷ মাটি খান্দি নুমলীগড় চাহ বাগিচাৰ লৱনঘাট অঞ্চলত তেল চুৰি কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । সেয়েহে এই চুৰি চক্ৰক নাকী লগাবলৈ ওৰে নিশা OIL ইণ্ডিয়াৰ কৰ্মচাৰী, স্থানীয় গাঁওৰক্ষী বাহিনী আৰু নুমলীগড় আৰক্ষীৰ কটকটীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে । মাটিৰ তলৰ গভীৰত পাইপ লাইন ফুটা কৰি তেল চুৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.