সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Sep 18, 2022, 7:54 PM IST

thumbnail

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Sonari )। থিতাতে নিহত এগৰাকী বাইক আৰোহী । অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সৈতে মুখা-মুখি সংঘর্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ সোণাৰিৰ ৰজা পুখুৰীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে মহতিয়াই নিয়ে বাইক আৰোহীক । মৃত্যু হোৱা লোকজনসোণাৰিৰ ৰঞ্জু বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে (Man died in Accident) । উল্লেখ্য যে পথ দুৰ্ঘটনা সংঘটিত কৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ নম্বৰ AS 30 6476 ৷ আনহাতে বাইকখনৰ নম্বৰ হৈছে AS 04Y 8932 ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.