লালকিল্লা আৰ্হিত যোৰহাটত নিৰ্মাণ পূজা মণ্ডপ

By

Published : Sep 27, 2022, 10:42 PM IST

thumbnail

শাৰদীয় ৰাণী মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (Durga puja 2022)। মাৰ মৃন্ময় মূৰ্তি শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাট জিলাত এইবাৰ ৮৫ খন পূজা মণ্ডপ সাজু কৰি তুলিছে ৷ যোৰহাট নগৰত সাজু কৰা হৈছে ৪৫ খন পূজা মণ্ডপ (Durga puja Preparation in Jorhat) ৷ প্ৰায় দুটা বছৰ বিৰতি পিছত মৃন্ময় মূৰ্তি প্ৰতিষ্ঠানসমূহেও পূৰ্ণ উদ্যমেৰে প্ৰতিমা নিৰ্মাণ কৰিছে ৷ ৰাইজক আকৰ্ষিত কৰিব বাবে পূজা কমিটিসমূহে বিভিন্ন আৰ্হিত পূজা মণ্ডপসমূহ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে । যোৰহাট ৰে’লৱে জংচন পূজা ষ্টেচনত লালকিল্লাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.