বঙাইগাঁৱত সক্ৰিয় গৰু ছিণ্ডিকেট চক্ৰ !

By

Published : Sep 17, 2022, 10:00 PM IST

thumbnail

বঙাইগাঁও জিলাৰ অভয়াপুৰীত গৰু ছিণ্ডিকেট অব্য়াহত থকাৰ অভিযোগ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ(Illegal Cow Syndicate) । সংবাদমেল যোগে অসাধু ব্যৱসায়ীয়ে বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে(Cattle Smuggling in Abhayapuri) । অভয়াপুৰীত আৰক্ষী চকীৰ সন্মুখেৰেই গৰু সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিষদে । আনহাতে ট্ৰাকত গৰুবোৰ অমানৱীয়ভাৱে জাপি নিয়াৰ কথা উল্লেখ কৰি আৰক্ষীয়ে গৰু সৰবৰাহকাৰীক সহায় কৰাৰ সন্দেহ ব্যক্ত কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.