পৌৰ কৰ বৃদ্ধিৰ ফলত ডিব্ৰুগড়ৰ জনতাৰ হাহাকাৰ

By

Published : Sep 27, 2022, 2:18 PM IST

thumbnail

পৌৰ কৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ ডিব্ৰুগড় পৌৰসভাৰ লেচীয়ে সংগ্ৰহ কৰিবলৈ সাজু হৈছে অত্যাধিক পাৰ্কিং মাচুল(Municipality decides to hike municipal tax) । প্ৰতি ঘন্টাত লেচীয়ে যান-বাহনৰ নামত ৫ টকাৰ পৰা ৩০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ পৰিৱৰ্তে আৰ কে বি পথৰ পদপথৰ কাষত বিক্ৰী কৰা চানা দোকানী, ফুচকাৱালাৰ পৰা অত্যাধিক পাৰ্কিং মাচুল লোৱাক লৈ ডিব্ৰুগড় আছুৰ বিষয়ববীয়াৰ লগতে অজাপৰ মহিলা সমিতিৰ বিষয়ববীয়া সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Municipality decides to hike municipal tax) । ইতিমধ্যে ডিব্ৰুগড় পৌৰসভাই জাৰি কৰা শেহতীয়া এক জাননীয়ে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন নাগৰিকৰ মাজত ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.