Operation against single used plastic: একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে জোনাই মহকুমা প্রশাসনৰ অভিযান

By

Published : Aug 5, 2022, 2:13 PM IST

thumbnail

নিষিদ্ধ ঘোষণাৰ পিছতো বজাৰত উপলব্দ একক ব্যৱহৃত প্লাষ্টিক (India bans single use plastic items)। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা । কিন্তু আজিও জোনাইৰ বিভিন্ন বজাৰসমূহত সুলভ প্লাষ্টিকৰ বেগ,গ্লাচ আদি । এনেসময়তে একক ব্যৱহৃত প্লাষ্টিক বিছাৰি জোনাই মহকুমা প্ৰশাসনৰ প্লাষ্টিক বিৰোধী অভিযান(Raids on shops against single use plastic items) । জোনাইৰ অৰুণাচল সীমান্তৰ ৰুকচিন বজাৰৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানত একক ব্যৱহৃত প্লাষ্টিক বিছাৰি মহকুমা প্রশাসনে কৰা অভিযানত কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানত । ১ জুলাইৰ পৰা একক ব্যৱহৃত প্লাষ্টিক নিষিধ কৰাৰ পিছতো জোনাইৰ ৰুকচিন বজাৰৰ একাংশ দোকানীয়ে এই নিয়ম উলংঘা কৰি একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰ কৰি থকাত ন খন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা জোনাই মহকুমা প্রশাসনে বহু পৰিমাণৰ প্লাষ্টিকৰ পলিটিন,গ্লাচ আদি জব্দ কৰাৰ লগতে ৫০০ টকাকৈ জৰিমনা বিহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.