Swine flu scare: বৰপেটাত ছ'ৱাইন ফ্লুত আক্ৰান্ত মহিলা

By

Published : Jul 29, 2022, 10:49 PM IST

thumbnail

বৰপেটাৰ বহৰিত ছ'ৱাইন ফ্লু'ত আক্ৰান্ত হৈছে এগৰাকী মহিলা(Swine fever outbreak in Barpeta) ৷ ছ'ৱাইন ফ্লু'ত আক্ৰান্ত মহিলাগৰাকী মিনতি বাকালী(৬৫) বুলি জানিব পৰা হৈছে ৷ আক্ৰান্ত মহিলাগৰাকীৰ ঘৰ বৰপেটাৰ বহৰি ৰিজাৰ্ভত ৷ গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ৰোগীগৰাকীৰ দেহত ধৰা পৰে ছ'ৱাইন ফ্লু'ত আক্ৰান্ত হোৱাৰ কথা ৷ বৰপেটাত কোনো লোক ছ’ৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ এইয়াই প্ৰথম ঘটনা ৷ মহিলাগৰাকী কেনেদৰে ছ’ৱাইন ফ্লুত আক্ৰান্ত হ’ল সেইয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ মহিলাগৰাকী ছ'ৱাইন ফ্লু'ত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া জিলাখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.