Man-Elephant conflict: কৰিমগঞ্জত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

By

Published : Sep 30, 2022, 2:08 PM IST

thumbnail

হাতী আৰু মানুহৰ মাজত সংঘাত (Man Elephant conflict in Assam) অসমৰ বাবে কোনো নতুন কথা নহয় ৷ দীৰ্ঘদিন ধৰি চলি অহা এই সংঘাত বৰ্তমান সময়ত এক চিৰাচৰিত ঘটনাৰ দৰে হৈ পৰিছে ৷ শেহতীয়াকৈ কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিচাত হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় (One dies in Elephant attack) ৷ নিহত ব্যক্তিজনৰ নাম শত্ৰুঘ্ন বাল্মিকী দাস (Man Elephant conflict in Karimganj) ৷ ঘটনাৰ পিছত বাগিচাৰ শ্ৰমিকসকলৰ লগতে আৰক্ষী আৰু বন বিভাগৰ লোক গৈ উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.