গহপুৰৰ হেলেম ৰেলৱে ষ্টেচনত উজনিমুৱা যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত এজন

By

Published : Sep 24, 2022, 8:59 PM IST

thumbnail

গহপুৰৰ হেলেম ৰে'লৱে ষ্টেচনত অঘটন(Incident at Halem railway station) । এজন লোক ৰে'লত উঠিবলৈ লওঁতেই ৰেলখনত খুন্দা খাই মৃত্যু হয়(One dead after being hit by train) । জানিব পৰা মতে, শনিবাৰে দিনৰ প্ৰায় ২ মান বজাত ৰঙিয়া মুৰ্কঙচেলেক 15895 নম্বৰৰ উজনিমুৱা যাত্ৰীবাহী ৰে'লত উঠিব লোৱা সময়তে পিচলি পৰা ফলত ৰে'লখনত খুন্দা খাই লোক জন মৃত্যু হয় । মৃত লোকজন এৰাসুঁতিৰ গনেশ মণ্ডল বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে গহপুৰৰ ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.