Man elephant conflict in hojai : হোজাইত হাতীৰ আক্ৰমণত আহত এজন

By

Published : Dec 12, 2021, 3:33 PM IST

thumbnail

হাতী মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে হোজাইৰ জনতা ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে হোজাইৰ পাৰ্শ্বৱৰ্তী অঞ্চল কোমোৰাকাটাত(Man elephant conflict in hojai) ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে শনিবাৰে নিশা হোজাইৰ কোমোৰাকাটাত চলাই উপদ্ৰৱ (Eelephant attack in hojai)। ইয়াৰ পাছতো ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.