১২৯ বছৰত ভৰি দিয়া নগাঁৱৰ বাঙালী সন্মিলনীৰ পূজা মণ্ডপত সপ্তমীৰ সন্ধিয়া উখল-মাখল পৰিৱেশ

By

Published : Oct 2, 2022, 10:08 PM IST

thumbnail

১২৯ বছৰত ভৰি দিছে নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতিয়ে । ১২৮ বছৰ গৰকা বাঙালী সন্মিলনীৰ পূজা মণ্ডপত মহা সপ্তমীত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ (Maha Saptami Durga Puja held in Nagaon) । ক’ভিডসৃষ্ট পৰিৱেশ সাম কটাৰ পিছত সকলো মুক্ত মনে ওলাই আহি উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ (Durga Puja in Nagaon) । নগাঁৱৰ বাঙালী সন্মিলনী পূজা সমিতিৰ পৰা সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.