Durga Puja in Jorhat: আধ্যাত্মিকতাত ডুব গৈছে তৰাজান পূজা মণ্ডপৰ বাকৰি

By

Published : Oct 2, 2022, 8:59 PM IST

thumbnail

ধাক-ঢোলৰ শব্দত মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ ৷ দানৱদলনী মা দুৰ্গাৰ আশীষ বিচাৰি মণ্ডপে মণ্ডপে ভিৰ অগণন ভক্তৰ (Durga puja in Assam) ৷ আজি মহা সপ্তমীৰ নিশা কেৱল মা দুৰ্গাৰ আৰাধানাত বিলিন হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ (Maha saptami 2022) ৷ ব্যতিক্ৰম নহয় যোৰহাটৰ ভিন্ন পূজাস্থলীসমূহো ৷ বিশেষকৈ যোৰহাটৰ তৰাজান পূজা মণ্ডপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Maha Saptami Durga Puja held at Tarajan) ৷ ভগৱান বিষ্ণুৰ বিভিন্ন অৱতাৰ সকলোকে চিনাকি কৰি দিয়া মানসৰে এক ব্যতিক্ৰমী ৰূপত সজাই পৰাই তুলিছে পূজাস্থলীৰ বাকৰি ৷ তৰাজান পূজা মণ্ডপৰ বাকৰিৰ পৰা সংবাদদাতা জিন্টু শইকীয়াৰ আজিৰ সপ্তমী বিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.