বকোৰ শান্তিপুৰত ভয়ংকৰ ঘটনাঃ পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ

By

Published : Sep 24, 2022, 4:39 PM IST

thumbnail

বকোৰ শান্তিপুৰত চাঞ্চল্যকৰ ঘটনা(Murder in Boko) । স্বামীৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পত্নীয়ে(Wife died in husband beating) । নিহত মহিলাগৰাকী সংগীতা চাংমা । স্বামী চুলচান চাংমাই মূৰত প্ৰহাৰ কৰি পত্নীক হত্যা কৰাৰ অভিযোগ । হত্যাৰ অভিযোগত চুলচান চাংমাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে(Murderer husband arrested) । পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । ইফালে পূৰ্বৰে পৰা চুলচানে পত্নী সংগীতাৰ ওপৰত নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে সংগীতা চাংমাৰ মাতৃয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.