বৰপথাৰ আৰক্ষীৰ জালত চাৰি নাৰী সৰবৰাহকাৰী

By

Published : Sep 18, 2022, 8:11 PM IST

thumbnail

ৰাজ্যত পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ । গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষীৰ জালত পৰিল চাৰিটাকৈ নাৰী সৰবৰাহকাৰী (Woman trafficker arrested) । এগৰাকী মহিলাক বিয়া কৰাৰ প্ৰলোভনেৰে অপহৰণ কৰিছিল সৰবৰাহকাৰী কেইটাই (Girls rescued from woman trafficker) । গ্ৰেপ্তাৰ হোৱা নাৰী সৰবৰাহকাৰী কেইটাৰ ঘৰ ধুবুৰীত । ধৃত সৰবৰাহকাৰী কেইটাৰ নাম আব্বাছ আলি, মুজাকিৰ আলী, চাহাদুল হক আৰু জয়নাল আলী । পকা মিস্ত্ৰী হিচাপে বৰপথাৰত কৰ্মৰত হৈ আছিল সৰবৰাহকাৰী কেইটা (Woman trafficker arrested by Golaghat Police) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.