Fire Emulates from Water Pipe:নাৰায়ণপুৰত পানীৰ পাইপেৰে ওলাইছে জুই

By

Published : Feb 9, 2022, 2:29 PM IST

thumbnail

পানীৰ পাইপেৰে ওলোৱা একুৰা জুইক লৈ সম্প্ৰতি আতংকিত হৈ আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি গাঁৱৰ বাসিন্দা(Fire emulates from water pipe) । ৰঙতিৰ ৰূপম বুঢ়াগোহাঁইৰ ঘৰত পানী মটৰৰ বাবে এটা ৫০ ফুট গভীৰ গাঁত খান্দি পাইপ বঢ়াওতেই পাইপৰ ভিতৰত গেছৰ দৰে বাষ্প নিগৰি দপদপ কৈ জ্বলি উঠে এই জুইকুৰা । পানীৰ পাইপেৰে জুই নিৰ্গত হোৱা এই ঘটনাক (fire at water pipe) লৈ সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিবেশে বিৰাজ কৰিছে ৷ বাঘজানৰ দৰে পৰিৱেশ নোহোৱাৰ আগতেই স্থানীয় লোকে এই জুই নিৰ্বাপনৰ বাবে প্ৰশাসনক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.