টুম্প্ৰেঙত ভয়ংকৰ অগ্নিকাণ্ড: ভষ্মীভূত ছয়খনকৈ দোকান

By

Published : Sep 7, 2022, 8:56 PM IST

thumbnail

পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙ বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Tumpreng fire incident) । মঙলবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডটো ৷ অঞ্চলটোৰ ছয়খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত(Shop burt in fire incident) ৷ অগ্নিকাণ্ডত অনুমানিক ১৫ লাখ মূল্যৰ সা-সামগ্ৰীৰ ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.