এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত খেলপথাৰত গজৰাজ

By

Published : Sep 25, 2022, 6:32 PM IST

thumbnail

প্ৰশিক্ষণপ্ৰাপ্ত হাতী নহয়, সেনাৰ সৈতে ফুটবল খেলিলে বন্যহস্তীয়ে(Wild elephant played football) । মহানগৰীৰ নাৰেংগীৰ সেনা ছাউনীত বন্যহস্তীৰ মুক্ত বিচৰণ(Free movement of wild elephants in army camp) । সেনা ছাউনীৰ খেল পথাৰত প্ৰৱেশ কৰিয়ে ফুটবল খেলাত লাগিল বন্যহস্তীটোৱে । সেনা জোৱানৰ খেল চলি থকা সময়তে গজৰাজৰ প্ৰৱেশ কৰে খেল পথাৰত । গজৰাজৰ আকস্মিক আগমনত আতংকিত হৈ পৰে খেলুৱৈ সকল । আধাতে খেল সমাপ্ত কৰি পলায়ন কৰে খেলুৱৈ সকলে । পিছে তাণ্ডৱ নহয় সেনা জোৱানসকলে খেলি থকা ফুবলটোৰে খেলাত লাগিল গজৰাজ । বন্যহস্তীয়ে ফুটবল খেলা এই বিৰল দৃশ্য বন্দী হৈ ৰ'ল কেমেৰাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.