সমাগত দুৰ্গোৎসৱ, প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত তেজপুৰৰ মৃৎশিল্পীসকল

By

Published : Sep 23, 2022, 7:31 PM IST

thumbnail

সমাগত শাৰদীয় দুৰ্গোৎসৱ (Durga Puja 2022) । মহালয়ালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ মা দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত প্ৰতিমাৰ খনিকৰসকলো ৷ বাদ পৰি ৰোৱা নাই তেজপুৰ চহৰৰ মাজ মজিয়াত থকা অতি পুৰণি মূৰ্তি নিৰ্মাণ কৰা নিৰ্মানস্থলীসমূহো (Durga Puja preparation in Tezpur) ৷ অৱশ্যে বৰ্তমান অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে মৃৎশিল্পৰ ব্যৱসায়তো ৷ তেজপুৰৰ পৰা দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.