শিৱ মন্দিৰ আৰ্হিত নিৰ্মাণ যোৰহাটৰ জেপি আৰ পূজা মণ্ডপ

By

Published : Sep 30, 2022, 10:31 PM IST

thumbnail

কালিলৈ মহা ষষ্ঠী (Durga Puja 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাটতো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি (Durga Puja preparation in Jorhat) ৷ দৰ্শক তথা ভক্তক আদৰিবলৈ শিৱ বাবাৰ মন্দিৰৰ আৰ্হিত যোৰহাটৰ জেপি আৰ পূজা মণ্ডপত থলুৱা সামগ্ৰীয়ে নিৰ্মাণ কৰা হৈছে ৷ তথ্য অনুসৰি, যোৰহাট জিলাত ৮৫ খন পূজা মণ্ডপ সাজু কৰি তোলা হৈছে ৷ ইয়াৰে নগৰত সাজু কৰা হৈছে ৪৫ খন পূজা মণ্ডপ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.