ৰাজ্যবাসীৰ মংগলাৰ্থে মা দুৰ্গাৰ শ্ৰী চৰণত সেৱা ল’লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

By

Published : Oct 2, 2022, 5:41 PM IST

thumbnail

আজি মহা সপ্তমী (Durga Puja Maha Saptami 2022) । আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণত মুখৰিত হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ মহা সপ্তমীৰ দিনা পুৱাই মা দুৰ্গাৰ আশীষ (Maha Saptami 2022 celebrate at Teok) ল’বলৈ শতায়ূ গৰকা টীয়কৰ লাহোৱালৰ পূজাত উপস্থিত হয় টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা আৰু অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া । ঐতিহাসিক পূজা ভাগত বিধায়িকাগৰাকী উপস্থিত হৈ সকলোৰে মংগলৰ বাবে মা দুৰ্গাৰ শ্ৰী চৰণত সেৱা লয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.