বকলীয়াঘাটত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Sep 25, 2022, 6:38 PM IST

thumbnail

বকলীয়াঘাটৰ পাট্ৰাদিচাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ প্ৰায় ২ কোটি ৯৮লাখ টকামূল্যৰ য়াবা টেবলেট(Huge amount of drugs seized in Diphu) । AS01 MC 3277 নম্বৰৰ এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে টেবলেটখিনি । ট্ৰাকখনৰ এয়াৰ ফিল্টাৰৰ পৰা জব্দ কৰে টেবলেটখিনি । ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল টেবলেটখিনি । নীলা প্লাষ্টিকৰ পেকেটত ভৰাই অনা হৈছিল টেবলেটখিনি । বিমল মাইটে আৰু নানাও মাইটে নামৰ দুজন লোকক আটক আৰক্ষীৰ(Drug peddler arrested with drugs) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.