ৰাইজৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ

By

Published : Oct 30, 2021, 9:47 AM IST

thumbnail

শনিবাৰে পুৱা ৰাইজৰ সৈতে ৰূপহীবাম মজলীয়া বিদ্যালয়ত ভোট দিবলৈ শাৰী পতা দেখা গ’ল ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক ৷ বহুচৰ্চিত ১০৭ নং থাওৰা বিধানসভা সমষ্টিত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি পুৱাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷ ভোটদানৰ পূৰ্বে ৰাইজৰ আৰ্শীবাদত জয় নিশ্চিত বুলি দাবী কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷ পূৰ্বৰ তুলনাত অধিক আকৰ্ষণীয় হৈছে থাওৰাৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী যুঁজখন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.