শিশু শ্ৰম বন্ধৰ দাবীত জোনাইত শ্ৰমিক সন্থাৰ সজাগতামূলক সমদলৰ কাৰ্যসূচী

By

Published : Sep 20, 2022, 6:43 PM IST

thumbnail

শিশু শ্ৰম বন্ধ কৰাৰ দাবীত জোনাইত শ্ৰমিক সন্থাৰ বিশাল সজাগতামূলক সমদল (Workers unions awareness rally in Jonai)। আজি জোনাইত ধেমাজি জিলা শ্ৰমিক সন্থাৰ উদ্যোগত জোনাই গান্ধী ময়দানৰ পৰা ৰুকচিন গেটলৈ এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত 14 বছৰৰ তলৰ শিশুক কামত নিয়োজিত কৰা, শিশুক প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত কৰা, শ্ৰমিকসকলক উচিত মজুৰি দিয়া আদি বিভিন্ন দাবীৰে এই সজাগতামূলক সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Awareness rally taken out against child labour) । হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ শিশু শ্ৰম বন্ধ কৰক, শিশুক উচিত শিক্ষা দিয়ক, শ্ৰমিকক উচিত কৰ্ম সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.