চাইবাৰ প্ৰৱঞ্চকৰ পৰা বাচি থকিবলৈ অচিনাকি ফোন কল পৰিহাৰ কৰক : দেৱজিৎ দেউৰী

By

Published : Sep 28, 2022, 6:30 PM IST

thumbnail

ৰাজ্যত সঘনাই বৃদ্ধি পাইছে অনলাইন ফ্ৰডৰ দৰে ঘটনা (Online fraud cases in Assam) ৷ এই সন্দৰ্ভত বুধবাৰে পুনৰ সংবাদমেল আয়োজন কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে । লগতে তেওঁ কয় যে, অৰক্ষীয়ে ভবাতকৈ বহু বেছি লোক চাইবাৰ প্ৰৱঞ্চকৰ বলি হৈছে (Avoid unfamiliar phone calls to avoid online fraud) ৷ সেয়ে এই ক্ষেত্ৰত নাগৰিক অধিক সচেতন আৰু সজাগ হোৱাতো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.