Assam Mizoram border dispute: অক্টোবৰত হ’ব দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

By

Published : Aug 10, 2022, 9:57 AM IST

thumbnail

দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মঙলবাৰে মিজোৰামত অনুষ্ঠিত হয় অসম আৰু মিজোৰামৰ মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠক (Assam Mizoram meeting)৷ অসমৰ হৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল উপস্থিত থাকে এই বৈঠকত ৷ আনহাতে এই বৈঠকত মিজোৰাম চৰকাৰৰ হৈ অংশ লয় গৃহমন্ত্ৰী লালচাম লাইনাই ৷ আজি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰিব অসমৰ দুই মন্ত্ৰীয়ে (Assam ministers meet Zoramthanga)৷ অহা অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব দুয়ো ৰাজ্যৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক (Assam Mizoram border dispute)৷ জোৰামথাংগাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে আজি পুৱা আইজলৰ পৰা ইটিভি ভাৰতক ফোনযোগে এই কথা জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.