হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত ই-ৰিক্সা বিতৰণ

By

Published : Sep 17, 2022, 8:29 PM IST

thumbnail

হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ ১০০ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ই ৰিক্সা(E-rickshaw distribution in Hojai) । হোজাই বৰপুখুৰীস্থিত নাজিৰ আজমল মেমৰিয়েল কলেজ চৌহদত বিতৰণ কৰা হয় ই ৰিক্সাসমূহ । উক্ত বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী সাংসদ তথা আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰউদ্দিন আজমল আৰু যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমল, হোজাই চক্ৰ বিষয়া আৰু অন্যান্য নিমন্ত্ৰিত অতিথিসকল । Massive Livelihood program ৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আজমল ফাউণ্ডেশ্যনে গ্ৰহণ কৰে এই পদক্ষেপ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.