ABVP protest in Nalbari: উত্তৰ বহী পুনৰ নিৰীক্ষণৰ দাবী প্ৰতিবাদকাৰীৰ

By

Published : Aug 3, 2022, 4:23 PM IST

thumbnail

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত পঞ্চম ষান্মাসিকৰ ফলাফলত বিসংগতি হোৱাৰ লগতে মঙলবাৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে কৰা অত্যাচাৰ বিৰুদ্ধে বুধবাৰে নলবাৰী মহাবিদ্যালয়ৰ সন্মুখত এবিভিপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(ABVP protest in Nalbari) । গুৱাহাটী বিশ্ববিদ্যালয় হায় হায়, আমাক ন্যায় লাগিবই আদি বিভিন্ন শ্লোগানেৰে হাতে হাতে প্লেকাৰ্ড লৈ নলবাৰী মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে(ABVP protest against Gauhati University) ৷ প্ৰতিবাদকাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা বহীৰ সঠিক মূল্যাংকন কৰাৰ দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.