ডিব্ৰুগড়ত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

By

Published : Sep 30, 2022, 2:18 PM IST

thumbnail

দুৰ্গা পূজাৰ প্ৰাকক্ষণত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ (AASU protest against NHPC in Dibrugarh) । বৃহৎ সোৱণশিৰি নদীবান্ধ প্ৰকল্প (Subansiri dam project) বন্ধ কৰাৰ বিৰোধীতাৰে শুকুৰবাৰে ডিব্ৰুগড়ত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । NHPC মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে চৌকিডিঙী চাৰিআলিৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (AASU protest in Dibrugarh) ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত আৰু সম্পাদক অৱনী কুমাৰ গগৈৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আছু কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.