বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মঙলদৈত আছুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 30, 2022, 3:05 PM IST

thumbnail

মঙলদৈত আছুৰ তীব্ৰ প্ৰতিবাদ (AASU protest at Lakhimpur) । NHPC ৰ কাৰ্যালয়ৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে দৰং আছুৱে (NHPC effigy burnt at Mangaldoi) । অসমৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনকো আওকাণ কৰি চৰকাৰে ময়মতালিৰে বান্ধ নিৰ্মাণ কৰা কাৰ্য অব্যাহত ৰখাৰ ফলত নিৰ্মীয়মান অৱস্থাতে খহি যোৱাৰ অভিযোগ আনে আছুৱে (Demand to stop construction of dam) । হাতে হাতে প্লে’ কাৰ্ড লৈ বিজেপি মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হায় হায় ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.