World Diabetes Day: মধুমেহ ৰোগৰ মূল কাৰণ খাদ্যাভাস আৰু শাৰীৰিক শ্ৰম হ্ৰাস

By

Published : Nov 13, 2021, 7:45 PM IST

Updated : Nov 13, 2021, 10:51 PM IST

thumbnail

বিশ্ব মধুমেহ দিৱসৰ লগত সংগতি ৰাখি নিডছ (North eastern Diabetes Society) ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ ৷ উক্ত শিৱিৰত প্ৰায় 50 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ নিডছৰ scientific coordinator ডাঃ প্ৰনৱ কুমাৰ বিশ্বাসে কয়, দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে মধুমেহ ৰোগীৰ সংখ্যা ৷ খাদ্যাভাস আৰু শাৰীৰিক শ্ৰম হ্ৰাস পোৱাৰ বাবে বৃদ্ধি পাইছে মধুমেহ ৰোগীৰ সংখ্যা ৷ মধুমেহ ৰোগ প্ৰতিৰোধ তথা মধুমেহ ৰোগীৰ স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে ডাঃ বিশ্বাসে ৷

Last Updated : Nov 13, 2021, 10:51 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.