বাক্সাৰ মুছলপুৰত ৰহস্য জনকভাৱে নিখোজ এগৰাকী মহিলা

By

Published : Dec 31, 2021, 4:42 PM IST

thumbnail

মাইক্ৰফাইনেঞ্চৰ চেক বিতৰণি সভালৈ (Micro finance cheque distribution in Baksa) গৈ ঘূৰি নাহিল জোনালী ঠাকুৰীয়া ৷ বুধবাৰে মুছলপুৰত অনুষ্ঠিত মাইক্ৰ’ফাইনেঞ্চৰ সভালৈ বুলি পুৱা ঘৰৰ পৰা ওলাই গৈছিল জোনালী ঠাকুৰীয়া ৷ সেউজী আত্মসহায়ক গোটৰ সম্পাদিকা জোনালীৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে (Woman missing in baksa musalpur) ৷ বহু বিচাৰ খোচাৰৰ অন্তত পৰিয়ালৰ লোকে মুছলপুৰ আৰক্ষী থানাত গোচৰ দিয়ে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জোনালী ঠাকুৰীয়াই ব্যৱহাৰ কৰি থকা ম’বাইল ফোনটোও চুইচ অফ হৈ আছে (Woman missing in musalpur) ৷ এতিয়া মাতৃৰ অপেক্ষাত অধীৰ হৈ আছে দুটি সন্তান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.