কিয় UPPLক ভোট দিলে প্ৰাক্তন নিৰ্দলীয় প্ৰাৰ্থী কমল ৰায়ে ?

By

Published : Oct 30, 2021, 5:01 PM IST

thumbnail

28 নং গোসাইগাঁও বিধানসভা সমষ্টি(Gossaigaon Constituency)ৰ প্ৰাক্তন নিৰ্দলীয় প্ৰাৰ্থী কমল ৰায়ে(Kamal Ray) সাব্যস্ত কৰিলে নিজ ভোটাধিকাৰ ৷ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতীক চিহ্ন টৰ্চ লাইটৰ বিপৰীতে ইউ পি পি এল(UPPL)ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীক ভোট দিয়ে কমল ৰায়ে ৷ সংবাদ মাধ্যমযোগে স্বীকাৰোক্তি দিয়ে প্ৰাক্তন নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷ উন্নয়নৰ স্বাৰ্থত ইউ পি পি এলৰ প্ৰাৰ্থীক ভোটদান কৰা বুলি তেওঁ উল্লেখ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.