পশ্চিংবংগৰ পৰা অসমলৈ ধপাতৰ অবৈধ সৰবৰাহ

By

Published : Oct 8, 2021, 8:47 AM IST

thumbnail

ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ ধপাত ভৰ্তি ট্ৰাক ৷ ছিণ্ডিকেট বন্ধ কৰাৰ শ্ল'গান আওৰাই দিছপুৰত শাসনত বহা বিজেপি চৰকাৰৰ সকলো প্ৰতিশ্ৰুতিক অসাৰ প্ৰতিপন্ন কৰি পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে ট্ৰাকে ট্ৰাকে ধপাত ৷ ধপাতৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই গৌৰীপুৰ আৰক্ষীয়ে অসম-বংগ সীমান্ত পাৰ হৈ গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাকখন জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ নম্বৰ AS01 MC 2605 ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.