বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাগিচাৰ শ্ৰমিক

By

Published : Sep 24, 2021, 10:35 AM IST

thumbnail

চৰাইদেউৰ সোণাৰিৰ নাফুক চাহ বাগিচা(Napuk Tea Eastate)ত বাঘৰ আক্ৰমণ ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে বাগিচাৰ এজন শ্ৰমিক ৷ দীঘৰ্দিন ধৰি অঞ্চলটোত বিচৰণ কৰা এটা বাঘক বন বিভাগে(Forest Department) ৰাইজৰ সহযোগত পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল ৷ তেনে সময়তে চাহপাত চিঙি থকা কাৰ্তিক তাঁতী নামৰ শ্ৰমিকজনক আক্ৰমণ কৰে বাঘটোৱে ৷ সম্প্ৰতি চৰাইদেউ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শ্ৰমিকজন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.