গৰুখুটিৰ ঘটনাৰ আঁৰত জড়িত থকা তৃতীয় পক্ষ কোন ?

By

Published : Sep 26, 2021, 7:36 PM IST

Updated : Sep 26, 2021, 9:55 PM IST

thumbnail

শেহতীয়াকৈ, ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখন উত্তাল কৰি ৰাখিছে গৰুখুটি কাণ্ডই ৷ কেৱলমাত্ৰ ৰাজ্যৰ ৰাজনীতিয়েই নহয় গৰুখুটিত চলি থকা উচ্ছেদ প্ৰক্ৰিয়াত সংঘটিত হিংসাত্মক ঘটনাকলৈ এতিয়া ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মাধ্যমতো সৰৱ চৰ্চা চলিছে ৷ শাসকীয় দল বিজেপিৰ ফালৰ পৰা এই ঘটনাৰ সৈতে তৃতীয় পক্ষৰ গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাকলৈ সৰৱ হৈ পৰা কংগ্ৰেছ দলে স্বাভাৱিকতেই এই ঘটনাৰ বাবে বিজেপি চৰকাৰকে জগৰীয়া আখ্যা দিছে ৷ ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিৰ ঘটনাৰ সৈতে Popular Front of India চমুকৈ PFI নামৰ সংগঠনটো জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷ জানো আহক প্ৰকৃততে কি হৈছিল গৰুখুটিত ৷

Last Updated : Sep 26, 2021, 9:55 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.