শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 5, 2021, 9:50 AM IST

thumbnail

টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত টাইপাই শুকুৰবাৰে ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কার্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ দাবী, চৰকাৰে শীঘ্ৰে টাই আহোমক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদান কৰক । ইফালে শনিবাৰেও শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ আন এটা ফৈদে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে একে দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.