প্ৰাপ্য বিচাৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

By

Published : Sep 28, 2021, 10:49 PM IST

thumbnail

প্ৰায় সাত-আঠমাহ দৰি দৰমহা পোৱা নাই শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সুৰক্ষা কৰ্মীসকলে ৷ যাৰ বাবে প্ৰাপ্য বিচাৰি সোমবাৰে প্ৰতিবাদত বহিল সুৰক্ষা কৰ্মীসকলে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ, বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ স্বতেও অজিলৈকে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাই ৷ যাৰ ফলস্বৰূপে বিপাঙত পৰিছে শিলচৰ মেডিকেল কলেজ হাস্পতালত সুৰক্ষা কৰ্মী সকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.