ফেৰী দুৰ্ঘটনাই মৰ্মাঘাত কৰিছে দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰক

By

Published : Sep 10, 2021, 11:05 AM IST

thumbnail

বুধবাৰে নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ(Ferry Accident) পাচতে নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মাজুলীত ৷ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ(Dakshin Paat Grihaswami Satra) সত্ৰাধিকাৰে । মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম বৰ্তমানেও অনিশ্চয়তাত আছে ৷ দলঙৰ কাম শেষ নোহোৱা পৰ্যন্ত মাজুলী-নিমাতী সংযোগৰ বাবে দুখনকৈ ৰ’ৰ’ আৰু ৰ’পেক্স জাহাজৰ চলাচল হৈ থাকিব বুলি কৈছিল চৰকাৰে ৷ কিন্তু জাহাজ দুখন যেন এতিয়া ফুলদানী সদৃশ হৈ পৰি আছে বুলি মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে । ইফালে আও পুৰণি কাঠৰ নাঁৱতেই আজিলৈকে যাতায়াত চলি থকাক লৈও সৰৱ হৈ পৰে সত্ৰাধিকাৰগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.