পূৰ্বৰ শিক্ষামন্ত্ৰীয়ে গেলাই থৈ গ’ল শিক্ষা বিভাগ : SMSS ৰ সদস্য

By

Published : Sep 5, 2021, 7:27 AM IST

thumbnail

নাম ভৰ্তিৰ বাবে আসনৰ নাটনিক কেন্দ্ৰ কৰি হোৱা সমস্যা সমাধানৰ প্ৰতিবাদত উত্তাল সৰুপথাৰৰ ধনশিৰি মহকুমা ৷ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে ইয়াৰ সমাধান বিচাৰি প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ ৷ ৰাজ্যৰ প্ৰায় সকলো প্ৰান্তৰে ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে এই সমস্যাৰ ৷ সংগঠনটোৰ সদস্যসকলে সৰুপথাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা, সৰুপথাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুযায়ী শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.