সোৱণশিৰিয়ে চলাইছে খহনীয়া : কাণসাৰ নাই চৰকাৰ প্ৰশাসনৰ

By

Published : Sep 14, 2021, 8:41 PM IST

thumbnail

লখিমপুৰ নগৰৰ সমীপৰ ঘাগৰ কলাখোৱাত দীর্ঘ দিন ধৰি অব্যাহত আছে সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া । অৱশ্যে চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত লোৱা নাই কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা । জিলাখনৰ কলাখোৱা, বাধাকৰাত চলি থকা তীব্ৰ খহনীয়াত এফালৰ পৰা ঘৰ বাৰী শস্য ক্ষেত্ৰ জাহ গৈছে নদীৰ বক্ষত । খেতিৰ মাটি ঘৰ বাৰী নদীত জাহ যোৱাৰ ফলত সম্প্ৰতি বহুতো পৰিয়াল অঘৰী হৈ পৰিছে । এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.