ৰিপ’ৰ্ট কাৰ্ড: হাইলাকান্দিৰ তিনিটা সমষ্টিৰ সবিশেষ বিৱৰণ

By

Published : Feb 28, 2021, 12:20 PM IST

thumbnail

2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ ৷ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজ্যত বলৱৎ হ'ল নিৰ্বাচনী আচৰণ বিধি ৷ কোন জিলাৰ কোন সমষ্টি কোন দলে দখল কৰিব তাক লৈ এতিয়া ৰাজ্যত চলিছে ব্যাপক চৰ্চা ৷ হাইলাকান্দিৰ মুঠ সমষ্টিৰ সংখ্যা তিনিটা আৰু মুঠ ভোটাৰ 4,47,450 গৰাকী ৷ হাইলাকান্দিৰ সমষ্টি কেইটা ক্ৰমে হাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ ৷ তিনিওটা সমষ্টি আছে এআইইউডিএফ-ৰ দখলত ৷ হাইলাকান্দি সমষ্টিত আনোৱাৰ হুছেইন লস্কৰ, কাটলিচেৰাত সুজাম উদ্দিন লস্কৰ আৰু আলগাপুৰ সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে নিজাম উদ্দিন চৌধুৰীয়ে ৷ চাওঁ আহক সমষ্টিসমূহৰ ৰিপ’ৰ্ট কাৰ্ড...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.