কৃষকৰ পৰা প্ৰতি কুইন্টল ধান 1868 টকাত ক্ৰয় কৰিব ৰাজেন গোহাঁয়ে

By

Published : Aug 29, 2021, 11:58 AM IST

thumbnail

মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত শনিবাৰে কৃষকৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ(Assam Food and Civil Supply) অধ্যক্ষ ৰাজেন গোহাঁইয়ে(Rajen Gohain) । কৃষকৰ দ্বাৰা উৎপাদিত খাদ্য সম্ভাৰৰ MSP সন্দৰ্ভত আলোচনা কৰে অধ্যক্ষগৰাকীয়ে । জিলাখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত ধান প্ৰতি কুইণ্টলত 1868 টকা দৰত ক্ৰয় কৰিব ৰাজেন গোহাঁইয়ে ৷ আগন্তুক 25 ছেপ্তেম্বৰলৈ চলিব লগা এই প্ৰক্ৰিয়াত সকলো কৃষকৰে সুবিধা নহ’লেও পৰৱৰ্তী বৰ্ষত ৰাজ্যৰ কৃষকসকল লাভবান হ’ব বুলি তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.